পানী ঢাল (Assamese) [ Roman: pa.ni dhal]
    Contributed by: Partha P Sarmah on 2008-11-21
    1. (Verb-Trans.) to pour water on something, usually to clean it. (সাধাৰণতে পৰিষ্কাৰ কৰিবলৈ)কিহবাৰ ওপৰত পানী দিয়া৷ যেনেঃ পকাখনত পানী এবাল্টিমান ঢালি দে, বৰ লেতেৰা হৈ আছে৷